Home » ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ স্বাগতম!

ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ স্বাগতম!

by admin

আজিৰে পৰা পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি হল ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্র প্ৰকল্প। ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। মুকলিৰ পূৰ্বে সুন্দৰকৈ সজাই তোলা হৈছে উদ্যান খন৷ ২৮০ বৰ্গ কিলোমিটাৰ জোৰা উদ্যান খনত বৰ্তমান বাঘৰ সংখ্যা প্ৰায় ২৮ টা আৰু গঁড় প্ৰায় ১২৫ টা আছে। ইয়াৰোপৰি বিভিন্ন পশু পক্ষীৰে পৰিপূৰ্ণ উদ্যানখনলৈ পৰ্যটক সকলক আকৰ্ষণ কৰাৰ পূৰ্ণ সম্ভাবনা আছে। যথেষ্ট সংখ্যক ৰাইজ আৰু প্ৰকৃতি প্ৰেমীৰ উপস্থিতিত উদ্যানখন এই পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰে দৰং বন্যপ্ৰাণী প্ৰাধিকাৰী প্ৰদীপ্ত বৰুৱাই।

Related Articles

Leave a Comment