Home » নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত টীম ইণ্ডিয়াৰ বেটিং বিপৰ্যয়

নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত টীম ইণ্ডিয়াৰ বেটিং বিপৰ্যয়

by admin

কিৱি বাহিনীৰ জালত ভাৰতীয় খেলুৱৈ

নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত টীম ইণ্ডিয়াৰ বেটিং বিপৰ্যয়। কিৱি বাহিনীৰ ওচৰত দ্বিতীয় টেষ্ট ক্ৰিকেটত সংকটত পৰিছে টিম ইণ্ডিয়া। টছত জয়ী হৈ প্ৰথমে বেট ধৰি ২৫৯ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল নিউজিলেণ্ডে। তাৰ পৰিপ্ৰেক্ষিতত ভাৰতে মাত্ৰ ১০৭ ৰান সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱায় এতিয়া সংকটত পৰিছে ভাৰতীয় টীম। আনহাতে কিৱি বাহিনীৰ এতিয়া প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত টিম ইণ্ডিয়াক হৰুৱাই ছিৰিজ দখলৰ যি সপোন, সেই সপোন যেন পূৰণ হোৱাৰ দিশে আগবাঢ়িছে।

যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সংকটত পৰিছে টীম ইণ্ডিয়া। কিৱি বাহিনীৰ জালত যেন এতিয়া ভাৰতীয় খেলুৱৈসকল।

Related Articles

Leave a Comment