Home » আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে নিউয়ৰ্ক ভ্ৰমণ প্ৰধানমন্ত্ৰী মোডীৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে নিউয়ৰ্ক ভ্ৰমণ প্ৰধানমন্ত্ৰী মোডীৰ

by admin

শেহতীয়াকৈ তৃতীয় বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ কেইবাখনো দেশ ভ্ৰমণ কৰিছে। এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত বিদেশ ভ্ৰমণলৈ ওলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীৰ এই ভ্ৰমণ অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। ২২ চেপ্তেম্বৰ তাৰিখে নিউয়ৰ্কত প্ৰৱাসী ভাৰতীয় সকলৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ‘মোদী এণ্ড ইউ এ এছ প্ৰ’গ্ৰেছ টুগেদাৰ’ শীৰ্ষক অনুষ্ঠানত প্ৰৱাসী ভাৰতীয় আৰু আমেৰিকান লোকসকলক সম্বোধন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীৰ এই নিউয়ৰ্ক ভ্ৰমণে যথেষ্ট তাৎপৰ্য বহন কৰিছে।

Related Articles

Leave a Comment